মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development সমাজ কল্যাণ সঞ্চালকালয় (মহিলা আৰু শিশু উন্নয়ন খণ্ড)

কৰ্মৰত মহিলাৰ আৱাস

কৰ্মৰত মহিলাৰ আৱাস

দেশৰ আৰ্থ-সামাজিক উন্নয়নমূলক পৰিবৰ্তনৰ ফল স্বৰূপে চহৰ, নগৰ অথবা গাঁও অঞ্চলৰ উদ্যোগীক থোপ সমূহত কৰ্ম সংস্থাপন বিচাৰি বাহিৰলৈ ওলাই অহা মহিলাৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। এনেতে এই মহিলা সকলে সন্মুখীন হোৱা এক বৃহত্ প্ৰত্যাহ্বান হৈছে তেওঁলোকৰ বাবে সুৰক্ষিত আৰু সুবিধাজনক স্থানত আৱাসৰ অভাৱ। এই ক্ষেত্ৰত দায়বদ্ধতা প্ৰদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰে ১৯৭২-৭৩ চনত মহিলা নিয়োগৰ সম্ভাৱনা থকা সকলো ঠাইতে অৰ্থাত্ চহন, নগৰ আনকি গ্ৰাম্যঞ্চলতো নতুনকৈ মহিলা আৱাস আৰু লগতে পুৰণা মহিলা আৱাস সম্প্ৰাসাৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। এক মূল্যাংকণৰ ভিত্তিত এই আঁচনিৰ সংশোধন কৰি সুৰক্ষিত আৰু সুবিধাজনক স্থানত উপাৰ্জনৰ বাবে নিজ ঘৰৰ পৰা আঁতৰত থকা মহিলা সকলৰ বাবে এনে আৱাস উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

অধিক জানিবৰ বাবে তলৰ লিংকটো দিয়া হলঃ ক্লিক কৰক

Downloads
TitleSizeDetail
কৰ্মৰত মহিলাৰ আৱাসৰ বাবে নিৰ্দেশনা899.1 KBswf-image