মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development Directorate of Women and Child Development

মন্ত্ৰী

  • শ্ৰী নৱ কুমাৰ দলে
    মন্ত্ৰী, সমাজ কল্যাণ বিভাগ, অসম চৰকাৰ
    প্ৰথম মহলা, চি. ব্লক
    জনতা ভৱন, দিছপূৰ, অসম-৭৮১০০৬
    ফোন নং- +৯১ ৩৬১-২২৩৭২৯২
    ফেক্সঃ +৯১ ৩৬১-২২৩৭২৯২

    নৱ কুমাৰ দলে হৈছে এজন ভাৰতীয় জনতা পাৰ্টী, অসমৰ ৰাজনীতিবিদ। তেঁও ২০১১ বৰ্ষত আৰু ২০১৬ বৰ্ষত ঢকুৱাখানা বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। ২০১৬ চনত বিজেপি শাসিত চৰকাৰৰ দিনত তেঁও মন্ত্ৰীপদ লাভ কৰে।