মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development Directorate of Women and Child Development

এটি শিশুক কেনেকৈ স্পনছৰ কৰিম

তালিকাঃ

  • সকলো স্পনচৰশ্বিপ পদ্ধতিত এটি গৃহীত নীতিসমূহৰ মাধ্যমেৰে সৰ্ব্বোচ্চ সম্ভাব্য মান অনুসৰণ কৰা গুৰুত্বপূৰ্ণ।
  • শিশুটিৰ বয়স আৰু বিকাশৰ স্তৰ অনুসৰি, যি কোনো প্ৰভাৱিত কৰা সংক্ৰান্তত সি/তাইৰ পৰামৰ্শ লোৱা আৰু মতামত বিবেচনা কৰাৰ অধিকাৰ আছে।
  • প্ৰত্যেকটো শিশুৰেই একোটি পৰিয়ালত ডাঙৰ হোৱাটো মৌলিক নীতিৰ ভিতৰত পৰে।

অৱলোকন

স্পনছৰশ্বিপৰ অৰ্থ হৈছে পৰিয়ালটোক শিশুটিৰ চিকিত্সা, শৈক্ষিক আৰু বিকাশ সম্বন্ধীয় আৱশ্যকতাসমূহক পূৰণ কৰিবৰ কাৰণে সম্পূৰক সাহাৰ্য, আৰ্থিক বা অন্য দিশৰ পৰা প্ৰদান কৰা। সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়াত শিশুটিৰ সৰ্বোত্তম হিত সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হব। এই নিৰ্দ্দেশনাসমূহৰ ভিতৰত মূল নীতি হল প্ৰত্যেকটো শিশুৰেই একোটি পৰিয়ালত ডাঙৰ হোৱাৰ অধিকাৰ আছে।

যোগ্যতাৰ মাপকাঠী

৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।

প্ৰ-পত্ৰ পূৰণৰ পৰামৰ্শাৱলী

৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।

প্ৰয়োজনীয় নথি

শিশুৰ দায়িত্ব গ্ৰহন কৰা পৰিয়ালৰ প্ৰতিশ্ৰুতি পত্ৰ।

৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।

কেনেকৈ আবেদন কৰিব

৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।

অনুসিচী ৩পৃষ্ঠপোষকতাৰ পৰামৰ্শাৱলীডাউনলোদ


সেৱাৰ প্ৰকাৰ

অফলাইনঃ হয়

কাক যোগাযোগ কৰিব

ৰাজ্যিক তোলনীয়া সমল প্ৰতিষ্ঠান(এছ.এ.আৰ.এ.),
গৃহ নং-৪৬, প্ৰথম মহলা,
চাৰ্ভেই বাছ আস্থান, বেলতলা পথ,
গুৱাহাটী-২৮