মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development Directorate of Women and Child Development

মই কেনেকৈ তোলনীয়া যত্ন প্ৰদান কৰিব পাৰো

তালিকাঃ

  • জিলা শিশু সুৰক্ষা এককে তোলনীয়া পৰিয়াল বাচনি কৰাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা পৰামৰ্শাৱলীৰ সেত সংযুক্ত মাপকাঠীৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
  • যত্ন লোৱা সকল অপৰাধ মূলক কাৰ্য্যকলাপৰ সৈতে জড়িত বা অভিযুক্ত হব নালাগিব।
  • নীতি আয়োগৰ ওৱেবচাইটত এন.জি.ও. হিচাপে পঞ্জীয়ন কৰিব লাগিব।
  • শিশু সংস্থান প্ৰদান কৰিবৰ বাবে চি.ডব্লিও.চি.ৰ দ্বাৰা যোগ্যতাৰ স্বীকৃতি লাভ কৰিব লাগিব।

অৱলোকন

তোলনীয়া যত্ন মানে হৈছে, তেজৰ সম্পৰ্ক থকা পৰিয়ালৰ বাহিৰে অন্য পৰিয়ালভিত্তিক ঘৰুৱা পৰিবেশত বিকল্প তত্বাৱধানৰ সুবিধা প্ৰদান কৰিবলৈ সমিতিৰ দ্বাৰা শিশুক সংস্থান প্ৰদান কৰা, যাক এনে তত্বাৱধানৰ বাবে বাচনি, যোগ্য ঘোষণা, মঞ্জুৰী প্ৰদান আৰু পৰ্য্যবেক্ষণ কৰা হয়।

যোগ্যতাৰ মাপকাঠী

২নং অনুসুচীত উল্লেখ কৰা পৰামৰ্শাৱলী অনুসৰি।

প্ৰ-পত্ৰ পূৰণৰ পৰামৰ্শাৱলী

শিশুক তুলি লোৱাৰ, ২০১৬ বাবে অনুসুচী ২ত পৰামৰ্শাৱলী দিয়া আছে।

প্ৰয়োজনীয় নথি

২নং অনুসুচীত উল্লেখ কৰা পৰামৰ্শাৱলী অনুসৰি।

কেনেকৈ আবেদন কৰিব

২নং অনুসুচীত শিশুক তুলি লোৱাৰ বাবে উল্লেখ কৰা পৰামৰ্শাৱলী অনুসৰি।

সেৱাৰ প্ৰকাৰ

অফলাইনঃ হয়

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

অনুসিচী ২তুলি লোৱাৰ নিৰ্দ্দেশাৱলী আৰু আবেদন পত্ৰ সংলগ্নডাউনলোড


কাক যোগাযোগ কৰিব

ৰাজ্যিক তোলনীয়া সমল প্ৰতিষ্ঠান(এছ.এ.আৰ.এ.),
গৃহ নং-৪৬, প্ৰথম মহলা,
চাৰ্ভে বাছ আস্থান, বেলতলা পথ,
গুৱাহাটী-২৮