মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সমাজ কল্যাণ বিভাগ সমাজ কল্যাণ সঞ্চালকালয় (মহিলা আৰু শিশু উন্নয়ন খণ্ড)

ছোৱালীক বচাওক ছোৱালীক পঢ়াওক

অৱলোকন

হাৰিয়ানাৰ পানীপথত প্ৰধান মন্দ্ৰীয়ে ২০১৫ চনৰ ২২ জানুৱাৰী তাৰিখে ছোৱালীক বচাওক ছোৱালীক পঢ়াওক শীৰ্ষক আঁচনি খন মুকলি কৰিছিল। এই আঁচনি খন মুকলি কৰা হৈছিল মহিলা সকলৰ সমস্যাৱলী সমূহ উত্থাপন কৰি ইয়াৰ সমাধান কৰিবলৈ আৰু লগতে লিংগ অনুপাতৰ পাৰ্থক্য দূৰ কৰিবলৈ।

উদ্দেশ্যাৱলীঃ

উক্ত আঁচনিৰ মূল উদ্দেশ্য হৈছে ছোৱালী শিশুৰ জন্ম উদযাপন কৰা আৰু তেওঁলোকৰ বাবে শিক্ষা সুনিশ্চিত কৰা। ইয়াৰ উদ্দেশ্যাৱলী সমূহ তলত উল্লেখ কৰা হলঃ

  1. লিংগ বৈষম্যযুক্ত লিংগ বাচনী প্ৰক্ৰিয়া বিলুপ্ত কৰা।
  2. ছোৱালী শিশুৰ সুৰক্ষা আৰু জীৱন ধাৰণ সুনিশ্চিত কৰা।
  3. ছোৱালী শিশুৰ শিক্ষা আৰু অংশগ্ৰহণ সুনিশ্চিত কৰা।

ছোৱালীক বচাওক ছোৱালীক পঢ়াওক ৰূপায়নকাৰী আঁচনিঃক্লিক কৰক