তোলনীয়া যত্ন মানে হৈছে, তেজৰ সম্পৰ্ক থকা পৰিয়ালৰ বাহিৰে অন্য পৰিয়ালভিত্তিক ঘৰুৱা পৰিবেশত বিকল্প তত্বাৱধানৰ সুবিধা প্ৰদান কৰিবলৈ সমিতিৰ দ্বাৰা শিশুক সংস্থান প্ৰদান কৰা, যাক এনে তত্বাৱধানৰ বাবে বাচনি, যোগ্য ঘোষণা, মঞ্জুৰী প্ৰদান আৰু পৰ্য্যবেক্ষণ কৰা হয়।
২নং অনুসুচীত উল্লেখ কৰা পৰামৰ্শাৱলী অনুসৰি।
শিশুক তুলি লোৱাৰ, ২০১৬ বাবে অনুসুচী ২ত পৰামৰ্শাৱলী দিয়া আছে।
২নং অনুসুচীত উল্লেখ কৰা পৰামৰ্শাৱলী অনুসৰি।
২নং অনুসুচীত শিশুক তুলি লোৱাৰ বাবে উল্লেখ কৰা পৰামৰ্শাৱলী অনুসৰি।
অফলাইনঃ হয়
অনুসিচী ২ | তুলি লোৱাৰ নিৰ্দ্দেশাৱলী আৰু আবেদন পত্ৰ সংলগ্ন | ডাউনলোড |
ৰাজ্যিক তোলনীয়া সমল প্ৰতিষ্ঠান(এছ.এ.আৰ.এ.),
গৃহ নং-৪৬, প্ৰথম মহলা,
চাৰ্ভে বাছ আস্থান, বেলতলা পথ,
গুৱাহাটী-২৮