স্পনছৰশ্বিপৰ অৰ্থ হৈছে পৰিয়ালটোক শিশুটিৰ চিকিত্সা, শৈক্ষিক আৰু বিকাশ সম্বন্ধীয় আৱশ্যকতাসমূহক পূৰণ কৰিবৰ কাৰণে সম্পূৰক সাহাৰ্য, আৰ্থিক বা অন্য দিশৰ পৰা প্ৰদান কৰা। সকলো প্ৰয়োজনীয় প্ৰক্ৰিয়াত শিশুটিৰ সৰ্বোত্তম হিত সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হব। এই নিৰ্দ্দেশনাসমূহৰ ভিতৰত মূল নীতি হল প্ৰত্যেকটো শিশুৰেই একোটি পৰিয়ালত ডাঙৰ হোৱাৰ অধিকাৰ আছে।
৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।
৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।
শিশুৰ দায়িত্ব গ্ৰহন কৰা পৰিয়ালৰ প্ৰতিশ্ৰুতি পত্ৰ।
৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।
৩নং অনুসুচীত উল্লেখ কৰা আই.চি.পি.এছ.ৰ অধীনত শিশুক তুলি লোৱাৰ বাবে থকা পৰামৰ্শাৱলী অনুসৰী।
অনুসিচী ৩ | পৃষ্ঠপোষকতাৰ পৰামৰ্শাৱলী | ডাউনলোদ |
অফলাইনঃ হয়
ৰাজ্যিক তোলনীয়া সমল প্ৰতিষ্ঠান(এছ.এ.আৰ.এ.),
গৃহ নং-৪৬, প্ৰথম মহলা,
চাৰ্ভেই বাছ আস্থান, বেলতলা পথ,
গুৱাহাটী-২৮